MediaWiki/as
Appearance
মিডিয়াৱিকি এখন সহযোগিতামূলক আৰু ডকুমেণ্টেচন প্লেটফর্ম যিটো আপোনালৈ এক স্পন্দনশীল সমুদায়ে আনিছে।
মিডিয়াৱিকি চফ্টৱেৰ সহস্ৰাধিক ৱেবচাইট আৰু সহস্ৰাধিক কোম্পানী আৰু সংগঠনে ব্যাবহাৰ কৰে। ই ৱিকিপিডিয়া আৰু এই ৱেবছাইটো পৰিচালনা কৰে। মিডিয়াৱিকিৱে আপোনাক জ্ঞান সংগঠিত কৰি বেলেগৰ লগত বিতৰণ কৰাত সহায় কৰে। ই শক্তিশালী, বহুভাষী, মুক্ত আৰু উন্মুক্ত, পৰিবৰ্দ্ধনশীল, কাষ্ট’মাইজেবল, বিশ্বাযোগ্য, আৰু বিনামূলীয়াকৈ উপলভ্য। মিডিয়াৱিকি আপোনাৰ বাবে সঠিক হয়ে নে নহয় জানক।
মিডিয়াৱিকি চেট-আপ কৰি চলাওক
- মিডিয়াৱিকি ডাউনলোড, স্থাপিত আৰু কনফিগাৰ কৰক।
- এক্সটেনচন দি কাৰ্যকাৰিতা বঢ়াওঁক
- সমস্যা? ত্রুটি আৰু লক্ষণ আৰু FAQ চাওক
- নিজা চার্ভাৰ নাই? হোষ্টিং চার্ভাৰ বিচাৰক
- পেছাদাৰী বিকাশ আৰু সহায় পাওক
- মিডিয়াৱিকি ষ্টেকহোল্ডাৰসকলৰ ব্যৱহাৰকাৰী গোটত যোগদান কৰক
মিডিয়াৱিকি সম্পাদনা আৰু ব্যৱহাৰ কৰক
কোড বিকশিত আৰু সম্প্ৰসাৰণ কৰক
- মিডিয়াৱিকি ডেভেলপাৰ ডকুমেণ্টেছন পঢ়ক
- ৱিকিমিডিয়া ডেভেলপাৰ প'ৰ্টেললৈ যাওক
সাহায্য পাওক আৰু যোগদান কৰক
- মিডিয়াৱিকিৰ কোনো সমস্যাৰ উত্তৰ পোৱা নাই? সহায়ক ডেস্কক শুধক!
- অনুবাদক, ডিজাইনাৰ, ডকুমেন্টেচন লেখক, পৰীক্ষক, টেক এম্বেচাডৰৰ, বিকাশকৰ্তা হিচাপে যোগদান কৰক
- ভুল চফ্টৱেৰৰ অভিযোগ কৰক বা সুবিধাৰ প্রস্তাব কৰক
সংবাদ
- 2026-11-11 to 2026-11-13
MediaWiki Users and Developers Conference Fall 2026 in Ljubljana, Slovenia.- 2026-06-30
MediaWiki 1.46.0 is now available.- 2026-06-29
Security and maintenance release: 1.43.9 / 1.44.6 / 1.45.4 are now available.- 2026-06-20
Team Challenges at Wikimania 2026: Registration for the Team Challenges closes on June 20th at 11pm UTC.
