Jump to content

ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২২

From Meta, a Wikimedia project coordination wiki
The printable version is no longer supported and may have rendering errors. Please update your browser bookmarks and please use the default browser print function instead.
This page is a translated version of the page Indic Wikisource Proofreadthon March 2022 and the translation is 88% complete.
Outdated translations are marked like this.
Indic Wikisource Proofreadthon March 2022
Indic Wikisource Proofreadthon March 2022/as
StatusFinished
Genreঅনলাইন সম্পাদনা মেলা
Countryভাৰত
CoordinatorJayanta (CIS-A2K)
Participantsভাৰতীয় ৱিকিউৎসৰ সদস্যবৃন্দ
Organised byচিআইএছ-এ২কে
Sponsorচিআইএছ-এ২কে

ৱিকিউৎস প্ৰকল্পত অনলাইন ক্ৰিয়াকলাপ প্ৰচাৰ কৰাৰ উদ্দেশ্যে চিআইএছ-এ২কে সংস্থাই ভাৰতীয় ৱিকিউৎসসমূহৰ বাবে এখন মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

সকলো ভাৰতীয় ৱিকিউৎস প্ৰকল্পত মুদ্ৰণ কৰিবলৈ এলানি ধ্ৰুপদী গ্ৰন্থ নিৰ্বাচন কৰা হৈছে। নিয়মাৱলীত উল্লেখিত নিয়ম অনুসৰি প্ৰতিটো পৃষ্ঠাৰ মুদ্ৰণ সংশোধনৰ বাবে ৱিকিমিডিয়ানজনে পয়ণ্ট লাভ কৰিব।

ই অভিজ্ঞ মুদ্ৰণসংশোধক ৱিকিমিডিয়ানসকলৰ বাবে এক মুক্ত সম্পাদনা মেলা। অৱশ্যে নতুন স্বেচ্ছাসেৱকসকলেও চেষ্টা কৰি চাব পাৰে।

  • এই সম্পাদনামেলা ১ মাৰ্চ ২০২২ ৰ পৰা ১৫ মাৰ্চ ২০২২ লৈকে অনুষ্ঠিত হ'ব (দুয়োদিন ধৰি)।

সাংগঠনিক সমৰ্থন